ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষ খবৰ, ২৬ আৰু ২৭ আগষ্টত নৈমিত্তিক ছুটী অনুমোদন 

Share
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ এক বিশেষ খবৰ। চৰকাৰে  আগন্তুক ২৬ আগষ্ট আৰু ২৭আগষ্ট  শিলচৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ তম বার্ষিক সন্মিলন অনুষ্ঠিত হ’ব। এই দুটা দিনত ৰাজ্য চৰকাৰে বিশেষ নৈমিত্তিক ছুটীৰ অনুমোদন কৰিছে।
সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ তম বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব বিচৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ  চৰকাৰে এই বিশেষ সুবিধা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে এক অধিসূচনাযোগে উক্ত দিন দুটাৰ বাবে বিশেষ নৈমিত্তিক ছুটীৰ অনুমোদন কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *