এইবাৰ ৰাষ্ট্ৰীয় পৰ্দাত জিলিকিল অসম কন্যা, অসমৰ আলিয়া খ্যাত চেলেষ্টিৰ বৈৰাগীৰ এখন নতুন ধাৰাবাহিৰ সম্প্ৰচাৰ

Share

নিউজ ডেস্ক, ১৯ জুলাইঃ এইবাৰ ৰাষ্ট্ৰীয় পৰ্দাত জিলিকিল অসম কন্যা। ৮ আগষ্টৰ পৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰ হ’বলগীয়া নতুন ধাৰাবাহিক খনত মুখ্য নায়িকাৰ অভিনয় কৰিব অসমৰ আলিয়া খ্যাত চেলেষ্টি বৈৰাগীয়ে। ধাৰাবাহিক খনৰ নাম “উৰতি কা নাম ৰাজ্জৌ”।আলিয়াৰ চেহেৰাৰ দৰে মিল থকা অসমৰ আলিয়াই ৰাজবীৰ সিঙৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অসমৰ লোকৰ অধিক জনপ্ৰিয় হৈ পৰিছে চেলেষ্টি বৈৰাগী।

ছ’চিয়েল মিডিয়াত অধিক সুপৰিচিত অসমৰ আলিয়া ভাট্ট। অভিনেত্ৰী গৰাকীয়ে তেওঁ নিজৰ অভিনয় জগতত অসমীয়া বহুতো চুতি ছবি, গীত, অনুষ্ঠান আৰু ভিডিঅত আদি অভিনয় কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *