ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এইবাৰ ড্ৰাগছ জব্দ কৰা হৈছে মুকালমুৱাত।ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম হল ফইজুল হক।
উল্লেখ্য যে ১নং লোহাৰকাঠাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সৰবৰাহকাৰীটোক।নিজ বাসগৃহতে বহুকেইটা ড্ৰাগছ কন্টেইনাৰ ৰাখিছিল ফইজুলে।উল্লেখ্য যে বহুদিন ধৰি ফইজুলে সেই অঞ্চলটোত ড্ৰাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ আছে।