অসম চৰকাৰে জাৰি কৰিছে বৃহৎ নিযুক্তিৰ বিজ্ঞাপন

Share
গুৱাহাটী,২৬ মাৰ্চ: Assam State Recruitment Commission য়ে শনিবাৰে দুখন চাকৰি সম্পৰ্কীয় জাননী প্ৰদান কৰিছে এই জাননী অনুসৰি  মুঠ ২৬,৪৪১ টা পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই ২৬ হাজৰৰো অধিক পদসমূহৰ ভিতৰত তৃতীয় বৰ্গৰ পদৰ সংখ্যা ১৩,১৪১ টা আৰু চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা ১৩,৩০০ টা আৰু এই বৰ্গৰ বাবে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইনৰ মাধ্যমেৰে হ’ব। ১১ এপ্ৰিল ২০২২ৰপৰা আৰম্ভ হ’ব হৈ ৩০ মে, ২০২২ লৈ অব্যাহত থাকিব৷
তাৰোপৰি আৱেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী, OBC, MOBCৰ বাবে সৰ্বোচ্চ- ৩৫০ টকা। ST, SCৰ প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ ২৫০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *