মহানগৰীৰ জু-ৰোডত পথ দুৰ্ঘটনা

Share
গুৱাহাটী, ২৩ মাৰ্চঃ মহানগৰীৰ জু-ৰোডত সংঘটিত হয় এক দুৰ্ঘটনা, থিতাতে নিহত এজন লোক। এ’পল হাস্পতালৰ চাফাই কৰ্মচাৰী লোক এজনক পানী ভৰ্তি টেংকাৰে মহতিয়াই নিয়ে। চিটী চেণ্টাৰ মলৰ গেটৰ সন্মুখত সংঘটিত হয় এই অঘটন। সুৰামত্ত অৱস্থাত আছিল টেংকাৰ খনৰ চালক। জানিব পৰা মতে মৃত লোকজনৰ নাম দ্বিজেন বৈশ্য, ঘৰ নলবাৰী বয়স ৫০ বছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *