উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ  মেঘালয় ভ্ৰমণৰ সময়তে ভয়ংকৰ কুটাঘাত

Share
সুভাশ্ৰী বাৰিক,৫ অক্টোবৰঃউপ ৰাষ্ট্ৰপতি এম  ভেংকায়া নাইডুৰ মেঘালয় ভ্ৰমণৰ সময়তে ভয়ংকৰ কোটাঘাত ।  শ্বিলঙৰ এন পি পি ৰ কাৰ্য্যালয়ত উদ্ধাৰ I ED ,নিষিদ্ধ সংগঠন HNLC এ LED টো সংস্থাপনৰ কথা স্বীকাৰ কৰে।সমগ্ৰ অঞ্চলত মানুহ আৰু যান বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।বোমা বিশেষজ্ঞই উপস্থিত হৈ সমগ্ৰ ঘটনা নিৰীক্ষণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *