মহাৰাষ্ট্ৰত প্ৰবল বৃষ্টিপাত, মৃত্যু ১৩ জনৰ

Share
বন্দনা হাজৰিকা , চেপ্তেম্বৰ ২৯ ঃ  মহাৰাষ্ট্ৰত প্ৰবল বৰষুণৰ ফলত ৰাজ্যখনত সৃষ্টি হৈছে প্ৰচুৰ বানপানীৰ । ৰাজ্যখনত হোৱা প্ৰচুৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত মৃত্যু হৈছে ১৩ জন লোকৰ । মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলত ১৩ জন লোকৰ মৃত্যু হৈছে ।
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মাৰাঠৱাড়া , মুম্বাই আৰু কোঙ্গণ অঞ্চলত অহা ২৪ ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ অহাৰ ভৱিষ্যতবাণী কৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *