সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন ৯৫ সংখ্যক জন্মদিন

Share

৮ চেপ্তেম্বৰঃ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিনৰ উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি তেওঁক স্মৰণ কৰি জন্মদিন উদযাপন কৰিছে।ড. ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত তেওঁৰ অনুৰাগীসকলে আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।জালুকবাৰীত তেওঁৰ জন্মদিনৰ উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে মন্ত্ৰী কেশৱ মহন্ত, যোগেন মহন ইতিমধ্যে আহি উপস্থিত হৈছে।

        মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেও সুধাকণ্ঠগৰাকীক পুৱাৰ ভাগত মুখ্যমন্ত্ৰীৰ নিজ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *