পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা জাতীয় অৰ্কিড উদ্যান

Share

যুক্তা ৰাণী দাস

২৪ , আগষ্ট : ১ ছেপ্তেম্বৰৰ পৰা মুকলি কৰা হ’ব কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানখন । Covid পৰিস্থিতিৰ বাবে ৪ মাহৰ পৰাই বন্ধ কৰি ৰখা হৈছিল এই অৰ্কিড উদ্যানখন । এই উদ্যানখনলৈ অহা পৰ্যটকক আকৰ্ষিত কৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে উদ্যানখনৰ কৰ্মচাৰী তথা শিল্পীসকল । সমান্তৰালভাৱে পৰ্যটকৰ বাবে উদ্যানখনতে নতুনকৈ সংযোজন কৰা হৈছে চিংগাপুৰ অৰ্কিড উদ্যানৰ আৰ্হিত নিৰ্মিত অন্য এক বিশেষ উদ্যান ।

Leave a Reply

Your email address will not be published. Required fields are marked *