দুপৰীয়া ১ বজাত বৰঝাৰত উপস্থিত হ’ব ৰাহুল গান্ধী।কংগ্ৰেছৰ নেতাসকলে আদৰিব নেতাগৰাকীক।বিমানবন্দৰৰ পৰা পুনে পুনে যাব সোণাপুৰলৈ।২বজাত উপস্থিত হ’ব ৰাহুল গান্ধী সোণাপুৰ সমাধি ক্ষেত্ৰত।নেতাগৰাকীযে জুবিনৰ সমাধিত জ্ঞাপন কৰিব শ্ৰদ্ধাঞ্জলি।নেতাগৰাকীয়ে অনুৰাগীৰ সৈতে কিছুসমযয় কটাব নেতাগৰাকীয়ে।বিয়লি সোণাপুৰৰ পৰা কাহিলীপাৰালৈ আহিব ৰাহুল গান্ধী।কাহিলীপাৰাত গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালক কৰিব সাক্ষাত।তাৰপৰাই বিমানবন্দৰ লৈ ৰাওনা হব কংগ্ৰেছৰ নেতাগৰাকী।গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশলৈ যাব ৰাহুল গান্ধী। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, জেষ্ঠ নেতা ভুপেন বৰাই সদৰী কৰিলে এই তথ্য।