আমেৰিকাৰশুল্কৰ বাবে ভাঙি পৰিছেঅন্ধ্ৰপ্ৰদেশৰাজ্যৰ অৰ্থনীতিৰ কাৰ্য্য ব্যৱস্থা।মিছামাছৰ ৰপ্তানি অন্ধ্ৰপ্ৰদেশৰ অন্যতম মূল উৎস।আমেৰিকাইশুল্কৰ শতাংশ অতিক্ৰম কৰাৰ পিছত অন্ধ্ৰপ্ৰদেশৰ মিছামাছৰ ৰপ্তানি বন্ধ হোৱাৰ কাষ চাপিছে।
অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ মিছাপালক আৰু মাছমৰীয়াসকল বিপদত পৰিছে।৪৯.৯শতাংশ অৰ্ডাৰ বাতিল কৰিছে।ইয়াৰফলত প্ৰতি়টো কন্টেইনাৰত৫৯.৭২শতাংশশুল্ক আৰোপ কৰা হৈছে।ইযাৰ বাবে লোকচানৰ সন্মুখীন হৈছে অন্ধ্ৰপ্ৰদেশ। ইয়াৰোপৰি ৫০শতাংশঅধিক চিংৰা ৰপ্তানিৰ অৰ্ডাৰ বাতিল কৰে।
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিমৰ্লা সীতাৰমণ,বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাজীৱ ৰঞ্জন সিঙলৈ পত্ৰ লিখি সহায় বিচাৰিছে।পত্ৰখনত উল্লেখ কৰা মতে মিছামাছ আৰু মীনপালক সম্যসা সমাধানৰ বাবে আনদেশৰ লগত বাণিজ্যিক চুক্তিৰ অনুৰোধ জনাইছে। লগতে জি এছ টি ৰেহাই আৰু জলজ সামগ্ৰী ঘৰুৱা বজাৰত বিক্ৰী কৰাৰ অনুমতি বিচাৰিছে।