গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহত্‍ পৰিমাণৰ বাৰ্মিজ চুপাৰি

Share

ডিম্পুমনি হীৰা

১৮আগষ্ট : গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহত্‍ পৰিমাণৰ বাৰ্মিজ চুপাৰি। তিনিচুকীয়া-অমৃতসৰ এক্সপ্ৰেছৰ পৰা আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি।এটা দবাত কঢ়িয়াই অনা হৈছিল ৪০ বস্তা চুপাৰি।চুপাৰিখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল নিউ জলপাইগুৰিলৈ। আন এটা দবাৰ পৰা জব্দ জব্দ ২০ বস্তা ইলাচী। জব্দ চুপাৰিখিনিৰ মূল্য প্ৰায় ১৫ লাখ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *