বিশিষ্ট সাহিত্যক অৰুন্ধতী ৰয়লৈ পেন পিন্টাৰ বটাঁ

Share

দেশৰ বিশিষ্ট সাহিত্যক অৰুন্ধতী ৰয়ক ২০২৪ বৰ্ষৰ  পেন পিন্টাৰ বটাঁ প্ৰদান কৰা হৈছে । প্ৰতেক্য বছৰে ব্ৰিটেইন , আয়াৰলেণ্ড ,  ভাৰতবৰ্ষৰ আদিৰ দৰে দেশ সমূহৰ  প্ৰখ্যাত লেখক লেখিকা সকলক হেৰল্ড পিন্টাৰৰ স্মৃতিত প্ৰদান কৰা হয় পেন পিন্টাৰ বটাঁ । সাহস আৰু শক্তিশালী কন্ঠৰ বাবে এই বৰ্ষৰ এই বটাঁ লাভ কৰে বিশিষ্ট সাহিত্যক অৰুন্ধতী ৰয়ে । ১৪ বচৰৰ পূৰ্ব ভাৰত চৰকাৰৰ ৰোষতো পৰিছিল বিশিষ্ট লেখিকা গৰাকী । The god of small Thingsৰ বাবে ১৯৯৭ চনত বুকাৰ প্ৰাইজ লাভ কৰিছিল অৰুন্ধতী ৰয়ে।  

Leave a Reply

Your email address will not be published. Required fields are marked *