ইতিহাস ৰচনাৰে ফাইনেলত প্ৰবেশ দক্ষিন আফ্ৰিকাৰ

Share

শক্তিধৰ আফগানিস্তানক পৰাস্ত কৰি বিশ্বকাপ ক্ৰিকেটৰ ইতিহাসত পোনপ্ৰথম বাৰৰ বাবে ফাইনেলত প্ৰবেশ কৰিলে দক্ষিণ  আফ্ৰিকাই ৷ বৃহস্পতিবাৰে পুৱা অনুস্থিত হোৱা খেলত আফগানিস্তানক ৯টা উইকেটত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই ৷ টচত জয়ী হৈ আফগানিস্তান পোনপ্ৰথমে বেটিং কৰাৰ সিন্ধান্ত লয় ৷ দক্ষিন আফ্ৰিকাৰ বলাৰৰ সু-নিয়ন্ত্ৰিত বলিঙৰ ওচৰত ১১.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৫৬ ৰান কৰিবলৈ সক্ষম হয় ৷ ৫৬ ৰানৰ লক্ষ্যলৈ দক্ষিন আফ্ৰিকাই ৮ অভাৰ ৫টা বলতেই এটা উইকেট হেৰুৱাই লক্ষ্যত উপনিত হয় ৷
আফগানিস্তানৰ হৈ এ ওমৰজাই সৰ্বাধিক ১০ ৰাণ কৰে ৷ দক্ষিন আফ্ৰিকাৰ হৈ মাৰ্ক জেনচনে সৰ্বাধিক ৩টা উইকেট দখল কৰে ৷
উল্লখ্য যে, দক্ষিন আফ্ৰিকা দলৰ অধিনায়ক এডেন মাৰ্কৰম ফাইনেল খেলা একমাত্ৰ দক্ষিন আফ্ৰিকাৰ অধিনায়ক হিছাপে পৰিগনিত হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *