পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য

Share

অসমত সম্পন্ন কৰা হ’ল  অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচন মানে বজাৰত সমূহত দাম বৃদ্ধি। অন্তিম পৰ্যায়ৰ ভোট দানৰ পিছৰে পৰা মহানগৰীৰ বজাৰসমূহত  বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । এপদ দুপদকৈ বৃদ্ধি হৈ সামগ্ৰীৰ মুল্য । মহানগৰীত নিৰ্বাচনৰ পিছতে হঠাৎ বৃদ্ধি পালে আলু পিয়াঁজৰ মুল্য। পূৰ্বতে আগ্ৰাৰ আলুৰ  প্ৰতি কুইন্টলতৰ   মুল্য আছিল ১৮০০ টকাৰ পৰা ১৯০০ টকা লৈ । বৰ্তমান সময়ত আগ্ৰাৰ আলু  মুল্য হৈছে গৈ প্ৰতি কুইন্টলত ২৭০০ টকা। ঠিক তেনেদৰে বৰ্তমান বেংগল  আলুৰ  মুল্য প্ৰতি কুইন্টলত ২৩০০ টকা  ।  আলুৰ পাইকাৰী মুল্য বৃদ্ধিৰ লগে লগে পিয়াঁজৰ মুল্যও বঢ়াই দিলে ব্যৱসায়ী সকলে । এতিয়া পাইকাৰী বজাৰত পিয়াঁজ  মুল্য হৈ আছে প্ৰতি কুইন্টলত ৪০০ ৰ পৰা ১০০০ লৈ । এফালে পাইকাৰী বজাৰত  মুল্য বৃদ্ধি হোৱাৰ পিছতৰ পৰাই বৰ্তমান খুচুৰা বজাৰটো বৃদ্ধি হ’ল  আলু পিয়াঁজ মুল্য । নিৰ্বাচনী পূৰ্বে  ২০ টকা  ৪০ টকাকৈ বিক্ৰী হৈ থকা আলু এতিয়া খুচুৰা বজাৰত বিক্ৰী কৰি আছে ৩০ টকাৰ পৰা ৩৫ টকালৈ । ঠিক তেনেদৰে পিয়াঁজৰো মুল্য বৃদ্ধি কৰি ২৫ টকাত বিক্ৰী হৈ থকা পিয়াঁজৰ মূল্য হৈছে গৈ ৪০ টকা । অকল আলু পিয়াঁজ বুলিয়ে নহয় বৃদ্ধি পালে আন আন সামগ্ৰীৰ মূল্যও হঠাৎ বৃদ্ধি হোৱা সামগ্ৰীৰ মূল্য ই যেন মাধমাৰ শুদাইছে সাধাৰণ জনতাৰ ওপৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *