প্ৰতিখন জিলাতে স্থাপন হব নতুন শিক্ষা নীতিৰ আধাৰত একোখনকৈ বিশ্ববিদ্যালয়ঃশিক্ষামন্ত্ৰী

Share

তৃষ্ণা দাস
১১ আগষ্টঃ নতুন শিক্ষা নীতিৰ আধাৰত প্ৰতিখন জিলাতে স্থাপন কৰা হব একোখনকৈ বিশ্ববিদ্যালয়ৰ মন্তব্য কৰে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুয়ে। শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে কলেজসমূহৰ পৰ উচ্চতৰ মাধ্যমিক শ্ৰেণী পৰ্যায়ক্ৰমে আঁতৰোৱা হ’ব। ইয়াৰ বিপৰীতে হাইস্কুল সমূহত উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীত কৰা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *