দেৰগাঁওত পুনৰ সংঘটিত হ’ল পথ দুৰ্ঘটনা

Share
এটাৰ পিছত এটাকৈ দেৰগাঁওত সংঘটিত হৈছে শোকাবহ পথ দু্ঘটনা। মাত্ৰ ২৪ ঘন্টাৰ ভিতৰত সংঘটিত হৈছে এই দ্বিতীয় পথ দুৰ্ঘটনা।  ৩ জানুৱাৰীত  হোৱা ভয়াবহ পথ দুৰ্ঘটনাৰ পিছত সোমবাৰে ৰাতিপুৱাই গোৱালপাৰা পৰা ডিমৌ অভিমুখে আহি থকা অৱস্থাতে এ পি জি গেছ কঢ়িওৱা ট্ৰাক উলটি পৰে। এই ঘটনা ৰ পিছতে ৩ নৱেম্বৰ ত দেৰগাঁওত হোৱা পথ দুৰ্ঘটনাত ২২ জন আৰু ৩ জানুৱাৰীত পীকনিক যোৱাৰ অৱস্থাতে বাছ দুৰ্ঘটনা ত ১২ জন আৰু সোমবাৰে হোৱা ঘটনাটোৰ পাছত চাৰি লেনযুক্ত পথৰ বাবে এই ঘটনা হোৱা বুলি অনুমান কৰিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *