আজি স্বদেশ পাবহি লাভলীনা বৰগোহাঁই

Share

সুস্মিতা বৰা

৯,আগষ্ট: আজি স্বদেশ পাবহি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ সন্তান লাভলীনা বৰগোহাঁই। টকিঅ’ অলিম্পিক ত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাই আজি ভৰি দিবহি দেশৰ মাটিত। লাভলীনাক আদৰিবলৈ এতিয়া অসমবাসীৰ ব্যাপক প্ৰস্তুতি। বৰঝাৰৰ বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ৰেড কার্পেট পাৰি আদৰনি জনাব ৰাজ্যচৰকাৰে লাভলীনাক আৰু লগতে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেএত সম্বৰ্দ্ধনা জনাব।

Leave a Reply

Your email address will not be published. Required fields are marked *