তৃতীয় গৰাকী উত্তৰ পূৱৰ খেলুৱৈৰ অলিম্পিকত পদক লাভ

Share

শোভাশ্ৰী বাৰিক

৫আগষ্ট: এইবাৰ ৰ টকীঅ’ অলিম্পিকত এজন এজনকৈ তিনি গৰাকীকৈ খেলুৱৈ উজ্বলাই তুলিলে দেশৰ লগতে উত্তৰ পূৱৰ নাম।পুৰুষ শাখা ৰ হকীৰ ব্ৰঞ্জ ৰ পদক লাভ কৰিলে মণিপুৰৰ নিলকান্ত শৰ্মাই।মিৰা বাই চানু, লাভলীনা বৰগোহাঁই ৰ পিছত মণিপুৰৰ ৰ নিলকান্ত শৰ্মাই পদক আনিলে উত্তৰ পূবলৈ।মণিপুৰ বাসীৰ লগতে দেশ বাসী উৎফুল্লিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *