আটক হ’ল বিৰ্তকিত লেখিকা শিখা শৰ্মা

Share

হত্যাৰ বলি হোৱা বিজেপী নেত্ৰী জোনালী নাথৰ সম্পৰ্কে কৰা বিৰ্তকিত পোষ্টৰ বাবে  দিছপুৰ অৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিখা শৰ্মাক। বিজেপী নেত্ৰী জোনালী নাথৰ চৰিত্ৰহননৰ চেষ্টা কৰাৰ অভিযোগ সন্দৰ্ভত শিখা শৰ্মাই কৰা ফেচবুক পোষ্টৰ বাবে আটক কৰে আৰক্ষীয়ে।

ঘটনাৰ সন্দৰ্ভত কিছুসময় জেৰাৰ অন্তত আজিপুৱা দিছপুৰ আৰক্ষীয়ে আটক কৰিলে লেখিকা শিখা শৰ্মাক । সামাজিক মাধ্যমৰ জৰিয়তে জোনালী নাথ সৰ্মকে কৰা মন্তব্যৰ বিৰুদ্ধ ৰাজ্যিক মহিলা আয়োগে  আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰিছিল পত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *