পুনৰ অসমত ভুঁইকপৰ জোকাৰণি

Share

প্ৰতিকূল বতৰৰ মাজতে ৰাজ্যত পুনৰ ভুঁইকপৰ জোকাৰণি। ১০.১৭ মিনিটত অনুভূত হয় এই  জোকাৰণিৰ । ৰিখ্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য ৪.৬ ।  ভূঁইকপৰ কেন্দ্ৰবিন্দু হৈছে বাংলাদেশৰ ছিলেট । অসমৰ লগতে বাংলাদেশতো  অনুভূত হৈছে  জোকাৰণিৰ । গুৱাহাটী মহানগৰকে ধৰি উজনি পৰা নামনিলৈ সকলোতে জোকাৰি গৈছে ভূঁইকপৰ কম্পনে।

সমগ্ৰ দেশতে সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগৰ বিপৰ্য্যৰ মাজতে  ভুঁইকপৰ জোকাৰণিয়ে এতিয়া চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে । আজি পুৱা ১০.১৭ মিনিটত বাংলাদেশকে ধৰি  সমগ্ৰ ৰাজ্যতে এই কম্পন অনুভূত হোৱা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *