ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অষ্ট্ৰেলিয়া প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষিক বৈঠক

Share

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এনহনী আলবানিজৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।এলডাইৰেল্টি হাউচত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। 

দুয়োগৰাকী নেতাই ভাৰত-অষ্ট্ৰেলিয়া প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব ব্যৱস্থাৰ চুক্তি স্বাক্ষৰক আদৰণি জনায়,যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী,পেছাদাৰী ব্যক্তি,গৱেষক,শিক্ষাবিদক।যত এক নতুন দক্ষ ব্যৱস্থা বিশেষভাৱে ভাৰতৰ বাবে প্ৰস্তুত কৰা হৈছে।

তেওঁলোকে ভাৰত-অষ্ট্ৰেলিয়া হাইড্ৰজেন টাস্ক ফৰ্চৰ টাৰ্মছ অৱ ৰেফাৰেন্স চূড়ান্ত কৰা বিষয়টোক আদৰণি জনোৱাৰ লগতে মানসম্পন্ন আৰু নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিষ্কাৰ হাইড্ৰজেনৰ উৎপাদন আৰু নিয়োগ কৰাৰ সুযোগৰ ওপৰত পৰামৰ্শ আগবঢ়ায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্ৰিজবেনত ভাৰতৰ বাণিজ্য দূতাবাস স্থাপনৰ বাবে অষ্ট্ৰেলিয়াই আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু পদূুুুুুক্ষেপসমূহৰ প্ৰতি অষ্ট্ৰেলিয়াৰ তীব্ৰ সমৰ্থন প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *