সুভাশ্ৰী বাৰিক
৩,আগষ্ট: কোৱাটাৰ ফাইনেলত জয় লাভ কৰাৰ পিছতেই ৪ আগষ্ট ত দিনৰ ১১ বজাত টকীঅ’ অলিম্পিকৰ ৰিঙত নামিব অসম কন্যা লাভলীনা। কাইলৈ হব লগীয়া খেলত লাভলীনা ৰ প্ৰতিদ্বন্দী হব টুৰ্কীঅ ৰ বিশ্ব চেম্পিয়ন বুসেনাজ সুৰমেনলি। লাভলীনা ৰ জয়ী হোৱাৰ আশা ৰে প্ৰাৰ্থনা কৰিছে সমগ্ৰ অসমে ,লগতে শুৱালকুচি ৰ লুইত ৰ পাৰত গামোচা ৰে খোদিত কৰিছে লাভলীনা ৰ নাম, সকলোৰে প্ৰাৰ্থনা লাভলীনা ৰ সফলতা ৰ বাবে।লাভলীনা ৰ বাবে অসমৰ ৰাইজৰ প্ৰাৰ্থনা ।