কৱিতা দেৱী
উত্তৰ-পূৰ্বাঞ্চলৰ একতা আৰু সাতামপুৰুষীয়া ভাতৃত্ববোধ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে অহা ৫ আগষ্টত ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘল মিজোৰামৰ আইজললৈ যাব।
দুয়োখন ৰাজ্যৰ মাজত সৌহাৰ্দপূৰ্ণ আলাপ-আলোচনাই অসম-মিজোৰামৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ধাৰনা কৰা হৈছে।