কথাশিল্পী ড প্ৰণৱজ্য়োতি ডেকালৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২২

Share

বছৰটোৱে মেলানি মাগিবলৈ লোৱাৰ  সময়তে অসমীয়া সাহিত্য়ৰ জগতলে খবৰ আনিছে  অসম প্ৰকাশন পৰিষদে  অসম প্ৰকাশন  পৰিয়দ সাহিত্য়  বঁটা ২০২২ ৰ বাবে  বাছনি কৰা  হৈছে নতুন  চিন্তা   চেতনাৰ  বিশিষ্ট  কথাশিল্পী ড প্ৰণৱজ্য়োতি ডেকা।  আজি অসম  প্ৰকাশন সচিব প্ৰমোদ কলিতাই  সম্বোাধন কৰা এক সংবাদমেলত  এই বটা প্ৰদান কৰে অসম প্ৰকাশন  পৰিষদৰ  উপাধ্য়ক্ষ সুমন্ত  চলিহাই  এই  বঁটাৰ বাবে ড ডেকাক নিৰ্বাচন কৰা হৈছে । এই বঁটাৰ বাবে লেখকৰ বাবে ৫ লাখ টকাৰ লগতে  ৩লাখ  টকাৰ  লগতে  প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ  টোপোলা । এই বেলি এই বঁটাৰ  বাবে বাছনিত উঠা  আন ৫খন   গ্ৰন্থ আছিল ড দীপক বৰকাকতিৰ হদয়ালয় ,অপূৰ্ব কুমাৰ  শইকীয়াৰ চ’তৰ উৰহী, য়েছে দৰজে  ঠংচিৰ ধাৰ  আৰু অন্য়ান্য় গল্প ,নীলিম কুমাৰৰ এটা বনৰীয়া সপোনৰ অন্ধ যাত্ৰা আৰু দেৱব্ৰত দাসৰ  কঢ়ি খেলৰ সাধু ।অসম প্ৰকাশন  সচিব প্ৰমোদ কলিতাই  কয় যে কাইলৈ চানমাৰিৰ অসম অভিযান্তিৰ প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া  গুৱাহাটী উদ্বোধনী অনুষ্ঠানত এই বঁঁটা প্ৰদান কৰা হব।

 

 

 

 

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *