ৰাজ্যত স্থাপন কৰা হ’ব ২০০ মেট্ৰিকটন ধান বনাৰ শক্তিসম্পন্ন ৫০ টা মিলঃমুখ্যমন্ত্ৰী

Share

নিউজ ডেস্কঃ শীঘ্ৰেই ৰাজ্যত স্থাপন কৰা হ’ব ৫০ টা ধান বনা মিল। ২০০ মেট্ৰিকটন ধান বনাৰ শক্তিসম্পন্ন হ’ব এই মিলকেইটা। এই ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ। এই মিলসমূহ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আৰু কৃষি আন্ত:গাঁথনিৰ যুটীয়া উদ্যোগত স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,  ” এই মিলসমূহ স্থাপন কৰা লোকসকললৈ ১০ লাখৰ পৰা ৪০ লাখ টকাৰ ৰাজসাহাৰ্য্য  প্ৰদান কৰা হ’ব। “

উল্লেখ্য যে প্ৰত্যেকটো মিলৰ বাবে ১.১৭ কোটি টকা   ৰাজসাহাৰ্য্য হিচাপে প্ৰদান কৰা হ’ব। লগতে এহাজাৰটা ক্ষুদ্ৰ ধান মিল স্থাপন কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *