দেশত পুনৰ ক’ভিডৰ সংহাৰী ৰূপ, ২৪ ঘন্টাতে ১,৪১,৯৮৬ জনৰ দেহত ধৰা পৰিল ক’ভিড পজিটিভ

Share
গুৱাহাটী, ৮ জানুৱাৰীঃ দেশত  ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে ক’ভিডৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাতে সমগ্র ভাৰতবৰ্ষত মুঠ ১,৪১,৯৮৬ জনৰ দেহত ধৰা পৰিছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি। তাৰে ভিতৰত ২৮৫ জন লোক এই ভাইৰাছৰ ফলত মৃত্যু মুখত পৰে। বৰ্তমান দেশত  পজিটিভিটীৰ হাৰ ৯.২৮ শতাংশ। দেশত মুঠ পজিটিভ ৰোগীৰ সংখ্যা ৪,৭২,১৬৯ জন। 

Leave a Reply

Your email address will not be published. Required fields are marked *