ৰাজ্যত পুনৰ ক’ৰণাৰ সংক্ৰমণ,  কৰিমগঞ্জত ১৪জনকৈ সীমা সুৰক্ষা বাহিনীৰ  জোৱান আক্ৰান্ত

Share
      কৰিমগঞ্জ ৬জানুৱাৰীকৰিমগঞ্জৰ পাথাৰকান্তিত  ১৪জনকৈ সীমা সুৰক্ষা বাহিনীৰ জোৱান কভিড 19 আক্ৰান্ত।বুধবাৰে জিলা খনত  মুঠ ২১ গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত।অসম মিজোৰাম সীমান্তৰ কহৰাতো সীমা সুৰক্ষা বাহিনীৰ জোৱান ১জন আক্ৰান্ত ।বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জোৱান জনক।ইফালে ৰাজ্যৰ আন‌ আন জিলাসমূহতো ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডে।

Leave a Reply

Your email address will not be published. Required fields are marked *