লোকসভা নির্বাচন সমাগত। ইয়াৰ লগতে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকললৈ আহিছে এটা ডাল খৱৰ। লোকসভা নির্বাচনৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰিলে এটা বৃহৎ ঘোষণা। লোকসভা নির্বাচনৰ পিছতে হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীসকলকো প্ৰদান কৰা হব চৰকাৰী পকী ঘৰ। ইয়াৰ লগে লগে চৰকাৰী যৰ পোৱাত কিবা অসুবিধা পালেই কৰিব পাৰিব অভিযোগ। ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰাম্যন্নয়ন বিভাগে লৈছে এটা সুন্দৰ পদক্ষেপ । হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে ১৬ টা ফোন নম্বৰ ।
১৬ খন জিলাত উপলব্ধ হ’ব এই ১৬ টা ফোন নম্বৰ। এই ফোন নম্বৰ কেইটা হৈছে -১/ বৰপেটা -৯৪৩৫৪৮১৪৯০ ২/ ধুবুৰী -৯৪৩৫৩২৪৩৩৮, ৩/ মাজুলী -৯৯৫৪৮৪৪০১০,৪/নলবাৰী -৯৯৫৭৪০৩৪৫৪, ৫/তিনিচুকীয়া -৮১৩৫৮৪৬৭২৭, ৬/মৰিগাঁও -৯৪৩৫০৮২১০৭, ৭/কামৰূপ -৯৪৩৫০৮৭৯৮০,৮/লখিমপুৰ- ৬০০০২৭৬৭৪৮,৯/ডিমাচাও-৯১০১১৬৩৫২৬,১০/দক্ষিণ-শালমাৰা-৯৯৫৭২৪২৩০৯,১১/গোৱালপাৰা-৭০০২৬৪৩২৪৫,১২/দৰং-৯৯৫৪০৩১৭১৮,১৩/কামৰূপমেট্ৰ’-৯১০১২২০৯৩১,১৪/বাক্সা-৯৩৬৫২৬৬১৮৯,১৫/চিৰাং-৬০০২০২৯৭৩০,১৬/শোণিতপুৰ-৯৮৫৪০১২১৫৭