শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী

Share

‘কা’ আন্দোলনত আত্ম বলিদান দিয়া শ্বহীদ ছেম ষ্টেফ’ৰ্ডৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী ।২০১৯ চনৰ আজিৰ দিনটোতে আৰক্ষীৰ গুলিত নিহত হৈছিল হাতীগাঁৱৰ ছাত্ৰ ছেম ষ্টেফ’ৰ্ড ।ছেম ষ্টেফ’ৰ্ডৰ লগতে শ্বহীদ হৈছিল আন চাৰি জনৰ।আজি মহানগৰী হাতীগাঁৱৰ হাই স্কুলত পাঁচ শ্বহীদৰ  শ্ৰদ্বাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ।সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হছে শ্ৰদ্বাঞ্জলি  অনুষ্ঠান ।

‘কা’ আন্দোলনত শ্বহীদ হোৱা  দীজেন্দ্ৰ পাংগিং , ইশ্বৰ নায়ক,আব্দুল আলিম,ছেম ষ্টেফ’ৰ্ড আৰু দীপাঞ্জল দাসক শ্ৰদ্বাঞ্জলি ।শ্ৰদ্বাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আছুৰ উপদেষ্টা সমুজ্জ্ব কুমাৰ ভট্ৰাচাৰ্য লগতে নৱ নিৰ্বাচিত সভাপতি উৎপল শৰ্মা।পাঁচজনকৈ শ্বহীদক স্মৰণ আছু নেতৃত্বৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *