কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা সংখ্যা বৃদ্ধি, ২৪ ঘণ্টাত ৫৮৫ জনৰ মৃত্যু দেশত

Share
সুস্মিতা বৰা, ২৭ অক্টোবৰ: পুনৰ কোভিডত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু। বিগত ২৪ ঘন্টাত পুনৰ বৃদ্ধি দেশত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ‌ সংখ্যা। নতুন সংখ্যাকে ধৰি ভাৰতত কোৰোনাত সংক্ৰমিত লোকৰ‌ সংখ্যা ৩ কোটি ৪১ লাখ ১৫ হাজাৰ ৬৫৩ জনলৈ বৃদ্ধি পালে। আনহাতে এতিয়ালৈ ৪ লাখ ৫৫ হাজাৰ ৬৫৩ জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ১ লাখ ৬২ হাজাৰ ৬৬১ জন লোকৰ চিকিৎসা চলি আছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *