কেন্দ্ৰীয় চৰকাৰ কৃষকৰ পক্ষত কিন্তু উদ্যোগ-অনুকূলঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী

Share

উৎপল কলিতা, ২৭ অক্টোবৰঃ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই বুধবাৰে কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ “কৃষকপন্থী কিন্তু উদ্যোগ-অনুকূল। আমি এইটো লক্ষ্য কৰো যে, উদ্যোগবোৰ আগবাঢ়ি যায় আৰু বাহাল ৰাখে। ভাৰতীয় কোম্পানীবোৰে যোগান ধৰাৰ সময়ত কেতিয়াও প্ৰতাৰণা নকৰে।‘’

কোভিড পৰিস্থিতি সন্দভৰ্তো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়া কোভিড-১৯ৰ প্ৰথম ঢৌৱে সমগ্ৰ দেশৰ লগতে দেশত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, তেতিয়া বিশ্বত কোভিড-১৯ ভেকচিন উপলব্ধ নাছিল। কিন্তু বৰ্তমান আমি কেৱল দেশত কোভিড-১৯ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাই নহয়, যথা সম্ভৱ দেশৰ জনতাক ভেচচিন যোগান ধৰিবলৈ সক্ষম হৈছো।

Leave a Reply

Your email address will not be published. Required fields are marked *