কংগ্ৰেছত পুনৰ জোকাৰনিঃ মেঘালয়ত মুকুল চাংমাসহ ১৪ জনকৈ বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ

Share
বন্দনা হাজৰিকা , অক্টোবৰ ১ঃ এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলৈ সাজু হৈছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা । চাংমাৰ লগতে কংগ্ৰেছ ত্যাগ কৰিব আন ১৪ জন বিধায়কে । অহা দুই- এদিনৰ ভিতৰতে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিব মুকুল চাংমাসহ ১৪ জনকৈ বিধায়কে । 

Leave a Reply

Your email address will not be published. Required fields are marked *